গোপনীয়তা নীতি/সংজ্ঞা
Appearance
Outdated translations are marked like this.
অনুবাদত সহায় কৰিব বিচাৰে? নথকা বাৰ্তাসমূহ অনুবাদ কৰক।
Wikimedia Foundation Privacy Policy Definitions
| যেতিয়া আমি কও… | …আমি বুজাওঁ: |
|---|---|
| "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" / "ফাউণ্ডেশ্যন" / "আমি" / "আমাক" / "আমাৰ" | দ্য ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্কৰ্পৰেটেড, ৱিকিমিডিয়া ছাইটসমূহ পৰিচালনা কৰা অলাভকাৰী সংস্থা। |
| "ৱিকিমিডিয়া ছাইটসমূহ" / "আমাৰ সেৱাসমূহ" | ৱিকিমিডিয়া ৱেবছাইট আৰু সেৱাসমূহ (ভাষা নিৰ্বিশেষে), আমাৰ মূল প্ৰকল্পসমূহ, যেনে ৱিকিপিডিয়া আৰু ৱিকিমিডিয়া কমঞ্ছ, লগতে ম'বাইল এপ্লিকেনশ্য, এপ্লিকেশ্যন প্ৰ'গ্ৰেমিং ইণ্টাৰফে'চ (এপিআই), ইমেইল আৰু জাননীসমূহকে ধৰি; অৱশ্যে, তলত থকা "এই গোপনীয়তা নীতিৰ আওতাত কি কি নাই" অনুচ্ছেদটোত তালিকাভুক্ত ছাইট আৰু সেৱাসমূহৰ বাহিৰে। |
| "আপুনি" / "আপোনাৰ" / "মই" | You, regardless of whether you are an individual, group, or organization, and regardless of whether you are using the Wikimedia Sites or our services on behalf of yourself or someone else. |
| "এই নীতি" / "এই গোপনীয়তা নীতি" | এই "ৱিকিমিডিয়া ফাউণ্ডেশ্যন গোপনীয়তা নীতি" শীৰ্ষক নথিপত্ৰ। |
| "বৰঙণি" | ৱিকিমিডিয়াৰ যিকোনো ছাইটত আপুনি যোগ কৰা বিষয়বস্তু বা আপুনি কৰা সাল-সলনি। |
| "ব্যক্তিগত তথ্য" | আপুনি আমাক প্ৰদান কৰা তথ্য বা আমি সংগ্ৰহ কৰা তথ্য যিবোৰ আপোনাক ব্যক্তিগতভাৱে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। স্পষ্টকৈ ক'বলৈ গ'লে― আমি তলত দিয়া সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰাটো বাধ্যতামূলক নহ'লেও, আমি অন্ততঃ তলত দিয়াখিনি "ব্যক্তিগত তথ্য" বুলি বিবেচনা কৰোঁ যদিহে ই অন্যথা অৰাজহুৱা আৰু আপোনাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি:
|
| "standard account" | An account you can sign up for to browse or edit the Wikimedia Sites. Typically you do not need to provide more than a username and password to create a standard account. |
| “temporary account” | An automatically generated account and identifier used to attribute edits made when you are not logged into a standard account. You do not provide a username or password to create a temporary account. |
| "তৃতীয় পক্ষ" / "তৃতীয় পক্ষসমূহ" | ব্যক্তি, সত্তা, ৱেবছাইট, সেৱা, উৎপাদন, আৰু এপ্লিকেশ্যনসমূহ যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা নিয়ন্ত্ৰিত বা পৰিচালিত নহয়। ইয়াৰ ভিতৰত অন্যান্য ৱিকিমিডিয়া ব্যৱহাৰকাৰী আৰু ৱিকিমিডিয়া আন্দোলনক প্ৰচাৰ কৰাত সহায় কৰা স্বতন্ত্ৰ সংস্থা বা গোট যেনে ৱিকিমিডিয়া অধ্যায়, বিষয়ভিত্তিক সংস্থা আৰু ব্যৱহাৰকাৰী গোটসমূহৰ লগতে সেই সংস্থা বা গোটসমূহৰ স্বেচ্ছাসেৱক, কৰ্মচাৰী, পৰিচালক, বিষয়া, অনুদান প্ৰাপক আৰু ঠিকাদাৰসকলো অন্তৰ্ভুক্ত। |